অসম পালেহি অমিক্ৰন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অমিক্ৰন ভাইৰাছ…

Dibrugarh University Omicron

অসমত প্ৰথমটো অমিক্ৰন সংক্ৰমণৰ ঘটনা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ দেহত অমিক্ৰন ভাইৰাছ।

কিছুদিন পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল ছাত্ৰজন।

RMRC পৰীক্ষাগাৰত পজিটিভ ধৰা পৰিছিল ছাত্ৰজনৰ।

যোৰহাটলৈ প্ৰেৰণ কৰা হৈছিল ছাত্ৰজনৰ নমুনা।

বৰ্তমান জকাই ক’ভিড হাস্পতালত আইশ্বলেছনত ৰখা হৈছে ছাত্ৰজনক

ICMRৰ বিশেষ সূত্ৰই সদৰী কৰিছে এই তথ্য

Category
Profile picture for user UB Photos