অহা ২০ চেপ্তেম্বৰৰ পৰা খোল খাব দশম শ্ৰেণীৰ পাঠদান- কেবিনেটৰ সিদ্ধান্ত

Cabinet Meeting

শিক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ। আজি কেবিনেটত লোৱা হৈছে এটা ডাঙৰ সিদ্ধান্ত।

এসপ্তাহৰ ভিতৰত পৰ্যায়ক্ৰমে বিদ্যালয় খোলাৰ পৰিকল্পনা।

অহা ২০ চেপ্তেম্বৰৰ পৰা খোল খাব দশম শ্ৰেণীৰ পাঠদান।

শ্ৰেণী কোঠাত থাকিব পাৰিব ৩০ জনকৈ ছাত্ৰ-ছাত্ৰী।

ইয়াৰ বাবে ৰাজ্য় চৰকাৰে আজি প্ৰকাশ কৰিব নতুন SOP।

SEBAই এতিয়ালৈকে পাঠ্য পুথিৰ ৪০% সংকোচিত কৰিছে।

 

Category
Profile picture for user UB Photos