কামৰূপ দদৰাত আৰক্ষীৰ তালাচীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী

kamrup

কামৰূপ দদৰাত আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী।

প্ৰায় ৪ টনৰো অধিক চোৰাং সামগ্ৰীসহ এখন মিনি ট্ৰাক জব্দ আৰক্ষীৰ। ।

ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-KC-3393

সামগ্ৰীৰ সৈতে আটক ৩ জনকৈ লোক। ।

ধৃত লোককেইজন হৈছে,আজাম আলী,ছাইফুল আলী আৰু ৰূপচন্দ আলী ।

আটকধীন তিনিও গৰাকী ঘৰ মুকালমুৱাত।  

হাজো দিশৰ পৰা গুৱাহাটীলৈ গৈ থকা পথত আৰক্ষীৰ তালাচীত জব্দ হয় বাহনখন ।

অভিযানত উদ্ধাৰ পুৰণা মটৰচাইকেলৰ যন্ত্ৰাংশ তথা বহু পুৰণা চাইকেল 

চুৰি হোৱা মটৰচাইকেল তথা চাইকেলৰ যন্ত্ৰাংশ খুলি ডেম্পত মজুত কৰি ৰখাৰ সন্দেহ

ইতিমধ্যে ঘটনা সন্দৰ্ভত দদৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Category