জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই ৷ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ধৰ্মেন্দ্ৰই। ।
বিগত কিছুদিন ধৰি ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী তাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয় অভিনেতাগৰাকীক। ঘৰতে তেওঁক চিকিৎসা চলাই থকা হৈছিল৷ কিন্তু আজি মুম্বাইৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।।
অভিনেতাগৰাকীৰ বিয়োগে চিনেমা জগতলৈ শোকৰ ছাঁ পেলাইছে ৷ অনুৰাগীসকল দুখত ভাঙি পৰিছে ।
Category
- Log in to post comments