
“দীঘলীপুখুৰীত কোনো গছ কটা হোৱা নাই”
“Handloom Textiles ৰ পৰা দীঘলীপুখুৰী পাৰলৈকে উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে ৭৭ জোপা গছ স্থানান্তৰ কৰা হৈছিল”
“৩৪ জোপা গছ Handloom Textile ৰ চৌহদত, বাকী ৪৩ জোপা গছ লাচিত ঘাটত সংৰোপণ কৰা হৈছিল”
“দিল্লীৰ কোম্পানীক গোটেই গছসমূহ হস্তান্তৰ কৰাৰ দায়িত্ব দিয়া হৈছিল”
দীঘলীপুখুৰীৰ গছ কটা প্ৰসংগত চলা চৰ্চাৰ সন্দৰ্ভত মন্তব্য লোক নিৰ্মাণ বিভাগৰ।
Category
- Log in to post comments