সঞ্জীৱ নাৰায়ণ(চিকু)ক পহু খেদা।
গুৱাহাটী প্ৰেছ ক্লাৱত চিকুক প্ৰৱেশত বাধা প্ৰশাসনৰ।
সঞ্জীৱ নাৰায়নৰ সংবাদমেলৰ স্থান সলনি।
প্ৰাগ নিউজৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব সংবাদমেল।
পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱত হোৱাৰ কথা আছিল সংবাদমেলখন।
আৰক্ষীৰ বাধাৰ বাবে স্থান সলনি কৰিলে সঞ্জীৱ নাৰায়নে।
বিয়লি ৩ বজাত অনুষ্ঠিত হব সংবাদমেলখন।
জুবিন গাৰ্গৰ অকাল বিয়োগৰ সৈতে নাম সাঙোৰ খাইছিল নাৰায়নৰ।
বঙাইগাঁৱত অনুৰাগীয়ে দিয়া এজাহাৰত নাম আছিল সঞ্জীৱ নাৰায়নৰ।
সংবাদমেলত জুবিনৰ মৃত্যু সন্দৰ্ভত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।
Category
              
          - Log in to post comments