
পুনৰ শিলচৰত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । শিলচৰ চহৰৰ কাঠাল বাইপাছৰ ওচৰৰ কাঠালবস্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৪০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট।।
জব্দ কৰা টেবলেটখিনিৰ আনুমানিক মূল্য প্ৰায় ১২ কোটি টকা বুলি জানিব পৰা গৈছে। নিচাজাতীয় সামগ্ৰীৰ সৈতে জড়িত এজন লোকক আটক আৰক্ষীৰ
আৰক্ষীৰ এই সফতাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰি কাছাৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।
Category
- Log in to post comments