নিশা আৰক্ষীয়ে কাক লক্ষ্য কৰি গু/লী/চা/ল/না/ কৰিছিল ?

jakhalabandhapolice

ৰাজ্যত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক।

এইবাৰ ডকাইতৰ দলৰ গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

সোমবাৰে নিশা জখলাবন্ধাত সংঘটিত হয় এই ঘটনাৰ। জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে দুটাকৈ স্থানত তিনি জাঁই গুলীচালনা কৰে। জখলাবন্ধা ৰে’লগেটৰ সমীপত এজাঁই গুলী চলাই আৰক্ষীয়ে।

২ কিলোমিটাৰ খেদি গৈ বাগৰিৰ সমীপত আৰক্ষীয়ে কৰায়ত্ত কৰে ৪ যুৱকক।

জানিব পৰা মতে,ৰে’লগেটৰ সমীপত গাড়ী ৰখাবলৈ আৰক্ষীয়ে সংকেট দিছিল বাহনখনক। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ বেগত পাৰ হৈ গৈছিল টিয়াগ’ বাহনখন।

Category