দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেট

cabinet

 

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

১,৩১১ কম্পিউটাৰ শিক্ষকৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত

১,৩১১ কম্পিউটাৰ শিক্ষকৰ দৰমহা হ’ব ২০ হাজাৰ

দুখন নতুন হোটেল নিৰ্মাণত অনুমোদন কেবিনেটৰ

নিৰ্মাণ কৰা হ’ব হোটেল মেৰিয়ট

৩৩৫.২৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব হোটেলখন

ডাউন টাউন হোটেল নিৰ্মাণৰো সিদ্ধান্ত

দুগ্ধ উৎপাদনত গুৰুত্ব ৰাজ্য চৰকাৰৰ

ৰাণীত আমূল কোম্পানীক ২০ বিঘা ভূমি আৱণ্টন

৭৫ কোটি টকা ব্যয়ৰে হ’ব এই প্ৰকল্প

Category