পৰ্যটকৰ বাবে বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

orang

 

কাইলৈৰ পৰা বন্ধ হ’‍ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে বন্ধ উদ্যানখন

বাৰিষাৰ বাবেই বন্ধ ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যান

অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব উদ্যানখন

চলিত বৰ্ষত ৰাজহ সংগ্ৰহ ৩ লাখ ৬৬ হাজাৰ

উদ্যানখনলৈ ২,৩০০ দেশী-বিদেশী পৰ্যটকৰ আগমন

তাৰে ভিতৰত বিদেশী পৰ্যটক আছিল ৪২ জন

উদ্যানখনত আছে ১২৫তকৈও অধিক এশিঙীয়া গঁড়

Category