ঋতু কলিতাক সাময়িক সকাহ দিছপুৰ আৰক্ষীৰ

ritu

 

চৰ্ত সাপাক্ষে কলিতাক মুকলি কৰিব দিছপুৰ আৰক্ষীয়ে

২৫ মাৰ্চত পুনৰ থানাত হাজিৰ হ’ব লাগিব ঋতু কলিতা

২৫ মাৰ্চৰ পুৱা ১০ বজাত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ

শিল্পীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল অভিযুক্ত ঋতু কলিতাই

BNSৰ কেইবাটাও ধাৰাৰ অধীনত ৰুজু হৈছিল গোচৰ

জামিনবিহীন ধাৰাও সন্নিৱিষ্ট হৈছিল ঋতু কলিতাৰ বিৰুদ্ধে

স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে ঋতু কলিতাক

Category