দুদিনীয়া ভ্ৰমণসূচীৰে মৰিচাছত PM মোদী

modi1

 

দুদিনীয়া ভ্ৰমণসূচীৰে মৰিচাছত PM মোদী

মঙলবাৰে পৰ্ট লুইচত অৱতৰণ মোদীৰ বিমান

বিমান বন্দৰত প্ৰধানমন্ত্ৰীজনক উষ্ম আদৰণি

মৰিচাছৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসত লব অংশ

প্ৰদৰ্শিত হব ভাৰতীয় প্ৰতিৰক্ষা আৰু নৌসেনাৰ জাহাজ

মৰিচাছত প্ৰধানমন্ত্ৰীৰে বৈঠকত মিলিত হব মোদী

মৰিচাছৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হ PM মোদী

বিকাশ, বাণিজ্যৰ ক্ষেত্ৰত হব কেইবাখনো চুক্তিক স্বাক্ষৰ

পূৱ আফ্ৰিকান ৰাষ্ট্ৰত ভাৰতৰ পূঁজিৰে মুকলি কৰিব একাধিক প্ৰকল্প

Category