বিজ্ঞান শাখাৰ স্নাতক উত্তীৰ্ণই পাব হাইস্কুলৰ প্ৰধান শিক্ষকৰ যোগ্যতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান....

guahati high court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
বিজ্ঞান শাখাৰ স্নাতক উত্তীৰ্ণই পাব হাইস্কুলৰ প্ৰধান শিক্ষকৰ যোগ্যতা
২ হাজাৰতকৈ অধিক বিজ্ঞানৰ স্নাতক উত্তীৰ্ণ শিক্ষকৰ বাবে সুখবৰ
পূৰ্বে উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল এইসকল শিক্ষকে
বিদ্যালয় একত্ৰীকৰণৰ পিছত হাইস্কুলত নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষকক
কিন্তু প্ৰধান শিক্ষক পদৰ যোগ্যতাৰ বাবে স্বীকৃতি দিয়া নাছিল চৰকাৰে
স্বীকৃতি নিদিয়াৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ শিক্ষক
আদালতৰ নিৰ্দেশৰ পিছত প্ৰধান শিক্ষক পদৰ সেৱাবিধি সলনি কৰিবলৈ বাধ্য চৰকাৰ
প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত পূৰ্বে দিয়া স্থগিতাদেশো প্ৰত্যাহাৰ ন্যায়ালয়ৰ
২০২৩ বৰ্ষৰ পৰা স্থগিত হৈ আছিল প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া
আদালতৰ ৰায়দানৰ পিছতে সুগম হ’ল হাইস্কুলত প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া

Category