
ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰাওনা বিমান
আমেৰিকাৰ পৰা নিশা ভাৰতত উপস্থিত বিমান
নিশা ১০ বজাত অমৃতসৰ বিমানৰ অবতৰণ
বিতাড়িত ১১৯জনৰ ৬৭জন পাঞ্জাৱৰ লোক
৫ ফেব্ৰুৱাৰীত আমেৰিকাৰ পৰা আহিছিল প্ৰথমখন বিমান
অমৃতসৰত অৱতৰণ কৰা বিমানত আছিল ১০৪ বিতাড়িত লোক
চলিত সপ্তাহতে বিতাড়িত লোকক লৈ ভাৰত পাব তৃতীয়খন বিমানো
Category
- Log in to post comments