জল সংকটত গুৱাহাটীবাসী! আজিৰে পৰা ১২ দিনৰ বাবে বন্ধ থাকিব পানী যোগান ব্যৱস্থা....

water supply

আজিৰে পৰা গুৱাহাটীত পুনৰ বন্ধ হ’ব খোৱাপানী
গুৱাহাটী জ’লবৰ্ডে জাননীৰ জৰিয়তে প্ৰদান কৰিছে নিৰ্দেশনা
৩টা পৰ্যায়ত বন্ধ কৰা হ’ব গুৱাহাটীত পানী
প্ৰথম পৰ্যায়ত ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ
দ্বিতীয় পৰ্যায়ত ১৯ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ 
তৃতীয় পৰ্যায়ত ২৫-২৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত বন্ধ থাকিব খোৱাপানী
পাইপ লাইন মেৰামতিৰ বাবে পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত
গুৱাহাটী জল ব’ৰ্ডে জাৰি কৰিছে জাননী

Category