
উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠত হ’ব শুনানি
এম এম সুৰেন্দ্ৰ আৰু অৰবিন্দ কুমাৰৰ বিচাৰপীঠত শুনানি
ৰাজ্য কঁপোৱা ৩০ অক্টোবৰৰ বিস্ফোৰণত অভিযুক্ত দৈমাৰী
গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈমাৰীক দিছিল যাৱজ্জীৱন কাৰাদণ্ড
এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দৈমাৰী
ৰঞ্জন দৈমাৰীৰ সৈতে অন্য ৬ অভিযুক্তৰো জামিনৰ শুনানি
জৰ্জ বড়ো, অজয় বসুমতাৰী, খৰ্গেশ্বৰ বসুমতাৰী, ৰাজেন্দ্ৰ গয়াৰী, ৰাজু চৰকাৰৰো হ’ব জামিনৰ ৰায়দান।
Category
- Log in to post comments