
দিছপুৰৰ মন্ত্ৰী আৱাসত সংবাদমেল মন্ত্ৰীগৰাকীৰ
বিহালীত কংগ্ৰেছে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ
বাহিৰৰ কংগ্ৰেছীয়ে বিহালীৰ বুথে বুথে প্ৰচাৰ চলাইছিল
গৌৰৱ গগৈয়েও বুথে বুথে গৈ চলাইছিল প্ৰচাৰ
গৌৰৱ গগৈ ৰাজপুত্ৰ হোৱাৰ বাবেই সকলো সম্ভৱ হৈছে নেকি?
নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হ’ব বিজেপি
বিজেপিৰ সকলো কাৰ্যকৰ্তা ওলাই আহিছিল সমষ্টিৰ পৰা
Category
- Log in to post comments