সম্প্ৰীতিৰ নিদৰ্শন! এজন মুছলমান ধৰ্মাৱলম্বী লোকে উদ্বোধন কৰিলে লক্ষ্মী মন্দিৰ....

jamugurihat

লক্ষ্মী পূজাৰ দিনাই সম্প্ৰীতিৰ নিদৰ্শন 
এজন মুছলমান ধৰ্মাৱলম্বী লোকে উদ্বোধন কৰিলে লক্ষ্মী মন্দিৰ
ধলাইবিল কেন্দ্ৰীয় শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ শুভ উদ্বোধন
বিশিষ্ট সমাজকৰ্মী আৰমান আলীয়ে উদ্বোধন কৰিলে মন্দিৰটো
৪০ বছৰৰ পিছত উদ্বোধন কৰা হ’ল মন্দিৰটো
বহু লোকৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা হৈছে মন্দিৰটো

Category