বিগত ৪৮ ঘণ্টাত কেইবাটাও দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য, কি এই ঘটনা?

GMCH

বিগত ৪৮ ঘণ্টাত কেইবাটাও দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য

GMCHত চিকিৎসাধীন ১২০ জন দুৰ্ঘটনাগ্ৰস্ত লোক

চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ বাহিৰৰ ৬১ জন লোক

বৰ্তমানেও GMCHত চিকিৎসাধীন ২৪ জন দুৰ্ঘটনাগ্ৰস্ত লোক

পথ সুৰক্ষা সপ্তাহ চলি থকাৰ মাজতে পোহৰলৈ এই তথ্য

Category