
২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা
৩গৰাকী প্ৰখ্যাত অৰ্থনীতিবিদলৈ ন’বেল বঁটা
ন’বেল বঁটা অৰ্থনীতিবিদ ডেৰণ এচম’গ্লু, ছাইমন জনছনলৈ
অৰ্থনীতিৰ ন’বেল জেমছ এ ৰবিনছনলৈ
তুৰস্কমূলৰ আমেৰিকা নিৱাসী ডেৰণ এচম’গ্লু
ব্ৰিটেইনৰ আমেৰিকা নিৱাসী ছাইমন জনছন
জেমছ এ ৰবিনছন ব্ৰিটেইনমূলৰ অৰ্থনীতিবিদ
পৃথক ৰাজনৈতিক সংগঠন আৰু অৰ্থনৈতিক বিকাশ
উপৰোক্ত বিষয়ত গৱেষণা কৰিছিল ৩ অৰ্থনীতিবিদে
Category
- Log in to post comments