কাইলৈ ADREৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা, পৰীক্ষা দিবলৈ সাজু নে আপুনি?

ADRE

কাইলৈ ADREৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা
পৰীক্ষাৰ বাবে নতুন SOP জাৰি আয়োগৰ
ডেৰ ঘণ্টা পূৰ্বেই উপস্থিত হ’ব লাগিব পৰীক্ষা কেন্দ্ৰত
পৰীক্ষা আৰম্ভ হোৱাৰ পিছত প্ৰৱেশ কৰিব নোৱাৰিব কেন্দ্ৰত
হাফ চাৰ্ট পৰিধান কৰি আহিব লাগিব পৰীক্ষাকেন্দ্ৰলৈ 
দ্ৰুত তালাচীৰ বাবে জোতাৰ সলনি চেণ্ডেল পৰিধানৰ আহ্বান
ADMIT CARD, পৰিচয় পত্ৰ থাকিলেহে কেন্দ্ৰত প্ৰৱেশৰ অনুমতি
পৰীক্ষাৰ্থীয়ে লগত নিব পাৰিব বলপেন, ক্ৰেডিট কাৰ্ড
ডেবিট কাৰ্ড, নূন্যতম ধনহে লগত নিব পাৰিব পৰীক্ষাৰ্থীয়ে
লেবেল নথকা স্বচ্ছ পানীৰ বটল নিব পাৰিব পৰীক্ষাৰ্থীয়ে
এইবাৰ পৰীক্ষাৰ্থীয়ে লগত আনিব পাৰিব প্ৰশ্নকাকত
পৰীক্ষা শেষ হোৱাৰ পিছত ৫ মিনিট সময় ৰ’ব লাগিব কেন্দ্ৰত

Category