ক্ষন্তেক পিছতে গুৱাহাটী পাবহি দুলাল বৰা...

dulal

 দিল্লীৰ পৰা দুলালক আনি আছে অসম আৰক্ষীয়ে

বুধবাৰে দুলালক গ্ৰেপ্তাৰ কৰা হৈছিল দিল্লীত

এখন হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে

অসম আৰক্ষীৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

তিছ হাজাৰী কৰ্টত হাজিৰ কৰোৱা হল দুলাল বৰাক

দুলাল বৰাক ট্ৰেনজিৎ ৰিমাণ্ডত ললে অসম আৰক্ষীয়ে

বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহননক লৈ গ্ৰেপ্তাৰ

দেৱজিৎ হাজৰিকাৰ চুইচাইড নোটত আছিল দুলালৰ নাম

আন দুই অভিযুক্ত ৰঞ্জিত বুঢ়াগোহাঁই, পৰিস্মীতা ফুকনক গ্ৰেপ্তাৰ

অভিযুক্ত সাংবাদিক ৰফিক আহমেদক অগ্ৰিম জামিন

 

Category