এটা পদৰ বিপৰীতে দুজন পৰীক্ষাৰ্থীৰ বাছনি নোহোৱাৰ ব্যৱস্থা কৰা হ’ব: মুখ্যমন্ত্ৰী...

Himanta Biswa Sarma

ADRE সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ
এজন পৰীক্ষাৰ্থী একাধিক পদত নহ’ব বাছনি
এটা পদৰ বিপৰীতে দুজন পৰীক্ষাৰ্থীৰ বাছনি নোহোৱাৰ ব্যৱস্থা কৰা হ’ব
দুটা পদত বাছনি হ’লে কৰা হ’ব লটাৰী
পৰীক্ষাৰ বহী নিৰীক্ষণত থাকিব ৬-৭গৰাকী শিক্ষাবিদ
পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা বন্ধক লৈ কংগ্ৰেছে কৰিছিল সমালোচনা
ঝাৰখণ্ডতো অনুষ্ঠিত হৈ আছে চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষা
ঝাৰখণ্ডতো বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা
ঝাৰখণ্ডত বৰ্তমান আছে কংগ্ৰেছ চৰকাৰ
অসমে এতিয়া সমগ্ৰ দেশকে পথ দেখুৱাইছে

Category