‘মিছন চন্দ্ৰযান-৪’ৰ বাবে অনুমতি কেন্দ্ৰীয় কেবিনেটৰ, ২ হাজাৰ ১০৪ কোটি ব্যয়....

ISRO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ‘মিছন চন্দ্ৰযান-৪’
মিছন চন্দ্ৰযান-৪ৰ বাবে অনুমতি কেন্দ্ৰীয় কেবিনেটৰ
ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ বাবেও অনুমতি কেন্দ্ৰীয় কেবিনেটৰ
২০২৮ চনত আৰম্ভ হ’ব এই অভিযান
মিছন চন্দ্ৰযান-৪এ চন্দ্ৰপৃষ্ঠৰ পৰা সংগ্ৰহ কৰিব নমুনা
মিছন চন্দ্ৰযান-৪ চন্দ্ৰৰ পৰা উভতি আহিব পৃথিৱীলৈ
চন্দ্ৰযান-৪ৰ বাবে ব্যয় হ’ব ২ হাজাৰ ১০৪ কোটি
WINS ORBITER মিছনৰ বাবেও অনুমতি কেন্দ্ৰৰ
১,২৩৬ কোটি ব্যয় সাপেক্ষে চলোৱা হ’ব এই অভিযান
গগণযান অভিযানৰ বাবেও বিশেষ কাৰ্য আঁচনিত অনুমোদন কেন্দ্ৰৰ
গগণযান অভিযানৰ সমান্তৰালভাৱে চলিব মহাকাশ কেন্দ্ৰ স্থাপনৰ কাম
গগণযান কাৰ্যসূচীৰ লগতে চলিব ৮টাকৈ অভিযানৰ কাম
গগণযানৰ সমগ্ৰ অভিযানৰ বাবে বৃদ্ধি বাজেটীয় অনুমোদন
২০,১৯৩ কোটি টকা ব্যয় হ’ব গগণযান অভিযানত

Category