
মুখ্যমন্ত্ৰীৰ পদ এৰিব কেজৰিৱালে!
মনীষ ছিছ’দিয়ায়ো নলয় মুখ্যমন্ত্ৰীৰ দায়িত্ব
আতিশী মাৰ্লিনা পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা
সুনিতা কেজৰিৱালেও ল’ব পাৰে মুখ্যমন্ত্ৰীৰ দায়িত্ব
মঙলবাৰে পদত্যাগ পত্ৰ দাখিল কৰিব কেজৰিৱালে
Category
- Log in to post comments