‘আজি মই আত্মসমৰ্পণ কৰিম’'মোৰ বিৰুদ্ধে বহুত বেছি অপপ্ৰচাৰ চলিছে' : চুমি বৰা....

sumi borah

‘আজি মই আত্মসমৰ্পণ কৰিম’
৭ দিন মই যেনেতেনে কটালো
যিবোৰ নিউজ বাজিছে সেয়া ১০% সঁচা নহয়
মোৰ বিৰুদ্ধে বহুত বেছি অপপ্ৰচাৰ চলিছে
বহু দিনৰ পৰা আপোনালোকে বহু নিউজ শুনি আহিছে
মানসিকভাৱে ভাগি পৰিছো, সেয়া ইমানদিনে মাত মতা নাই
ন্যায়ালয়ে মোক দোষী কৰাৰ আগতেই সংবাদ মাধ্যমে দোষী সজালে
ঘটনাটো ট্ৰেডিঙৰ ওপৰত আছিলে, এতিয়া চুমি বৰা হ’লগৈ
বহুদিনৰ পিছত সাহস কৰি মই আত্মসমৰ্পণৰ বাবে আগবাঢ়িছো
মই পলাই ক’তো থকা নাই, লুকাই আছিলো অকণমান!
তথ্য নথকাকে মোৰ বিৰুদ্ধে বাতৰি ওলাইছে
মোৰ মান-সন্মান, পৰিয়ালৰ সন্মান উলংগ হৈছে
আজি মই আত্মসমৰ্পণ কৰিম আৰু আৰক্ষীক সহযোগিতা কৰিম

Category