ক’ত লুকাই আছে চুমি-তাৰ্কিক?

SUMI

 

স্বামী তাৰ্কিকৰ সৈতে চুমি নেপালত থকাৰ সন্দেহ

বিশেষ সূত্ৰৰ তথ্যক লৈ তৎপৰ অসম আৰক্ষী

ব্যক্তিগত বাহনেৰে নেপালত প্ৰৱেশ স্বামীসহ চুমিৰ

সঘনাই ছীমকাৰ্ড সলাইছে চুমি আৰু তাৰ্কিকে

শীঘ্ৰে নেপাললৈ অসম আৰক্ষীৰ দল যোৱাৰ সম্ভাৱনা

চুমি-তাৰ্কিকক ম’ষ্ট ৱাণ্টেড ঘোষণা অসম আৰক্ষীৰ

ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰৰ দায়িত্ব অৰ্পণ CIDক

তাৰ্কিকৰ ২ ফটোগ্ৰাফাৰ সহযোগী জালত পৰিছে আৰক্ষীৰ

Category