নেপাল পালেগৈ চুমি-তাৰ্কিক! শীঘ্ৰে নেপাললৈ অসম আৰক্ষীৰ দল যোৱাৰ সম্ভাৱনা....

sumi-tarkik

স্বামী তাৰ্কিকৰ সৈতে নেপালত চুমি বৰা!
বিশেষ সূত্ৰৰ তথ্যক লৈ তৎপৰ অসম আৰক্ষী
ব্যক্তিগত বাহনেৰে নেপালত প্ৰৱেশ স্বামীসহ চুমিৰ
শনিবাৰে নিশা চুমিৰ নেপালত প্ৰৱেশৰ সন্দেহ
সঘনাই ছীমকাৰ্ড সলাইছে চুমি আৰু তাৰ্কিকে
শীঘ্ৰে নেপাললৈ অসম আৰক্ষীৰ দল যোৱাৰ সম্ভাৱনা
ইতিমধ্যে চুমি-তাৰ্কিকক ম’ষ্ট ৱাণ্টেড ঘোষণা অসম আৰক্ষীৰ
কেইবাজনো ইউটিউবাৰৰ ওপৰত আৰক্ষীৰ শেনদৃষ্টি
শীঘ্ৰে জেৰাৰ সন্মুখীন হ’ব ১০জনকৈ ইউটিউবাৰ
তদন্তৰ আওতালৈ ৫গৰাকী চিকিৎসক অহাৰ সম্ভাৱনা
তালিকা প্ৰস্তুত কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে
আৰক্ষীৰ নজৰত ৰাজ্যৰ বিনোদন জগতৰ কেইবাজনো
জানিব পৰা মতে, চুমি-তাৰ্কিকৰ পলায়নত প্ৰত্যক্ষভাৱে সহায় কৰিছিল শোভনজ্যোতিয়ে
চন্দন নাথৰ ককায়েকৰ বাহনেৰে পলুৱাই পঠাইছিল শোভনজ্যোতিয়ে
AS-06P-0657 নম্বৰৰ চেভ্ৰলেট বীট বাহনখন লৈ উধাও চুমি-তাৰ্কিক
৩ ছেপ্টেম্বৰত শোভনজ্যোতিৰ ঘৰৰ পৰা নিশা পলায়ন দুয়োৰে
চন্দনৰ ঘৰৰ মানুহে নজনাকৈ গাড়ীখন শোভনজ্যোতিয়ে দিছিল তাৰ্কিকক
এই সন্দৰ্ভত চন্দনৰ পৰিয়ালে আৰক্ষীক জনাইছে বিতং তথ্য

Category