অ চুমি অ চুমি ক'ত আছা তুমি, ৭২ ঘন্টা ক'ত পলাই আছা তুমি....

sumi

স্মাৰ্ট পুলিচৰ চকুত ধূলি লাস্যময়ী নৰ্তকী চুমি বৰাৰ

৭২ ঘণ্টাৰ পিছতো নাই চুমি বৰাৰ সন্ধান

সন্ধান নাই চুমিৰ স্বামী তাৰ্কিক বৰাৰো

পলাতক চুমি বৰাৰ ককায়েক আৰু বৌৱেক

চাৰিওৰে সন্ধানত ৰাজ্যজুৰি অব্যাহত আৰক্ষীৰ অভিযান

চুমিৰ কোনো ক্লু লাভ কৰা নাই আৰক্ষীয়ে

প্ৰভাৱশালী ব্যক্তিৰ চত্ৰছায়াত আত্মগোপনৰ সন্দেহ

চুমি-বিশালৰ সম্পত্তিৰ দীঘলীয়া তালিকা আৰক্ষীৰ হাতত

Category