জিলা আয়ুক্ত পৰ্যায়ত সাল-সলনি, কাক ক'ত বদলি কৰা হ'ল?.....

cm

জিলা আয়ুক্ত পৰ্যায়ত সাল-সলনি
কামৰূপৰ আয়ুক্ত জল্লী কীৰ্থিক বদলি
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ দায়িত্ব কীৰ্থিক
স্বচ্ছ ভাৰত মিছনৰো অতিৰিক্ত দায়িত্ব জল্লী কীৰ্থিক
কাছাৰৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰপেটালৈ বদলি
বৰপেটাৰ আয়ুক্ত আয়ুস গাৰ্গক শিৱসাগৰলৈ বদলি
গোলাঘাটৰ আয়ুক্ত পি উদয় প্ৰৱীণক উদ্যোগ-বাণিজ্য বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব
কৰিমগঞ্জৰ আয়ুক্ত মৃদুল যাদৱক কাছাৰলৈ বদলি
শিৱসাগৰৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱক যুটীয়া সচিবৰ দায়িত্ব
মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিবৰ দায়িত্ব যাদৱক
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব মছন্দ পাৰ্টিনক কোকৰাঝাৰলৈ বদলি
ওদালগুৰিৰ আয়ুক্ত জাভিৰ ৰাহুল সুৰেশক ধেমাজিলৈ বদলি
কোকৰাঝাৰৰ আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীক কৰিমগঞ্জলৈ বদলি
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত জয় শিৱাণীক বদলি
যোৰহাটৰ আয়ুক্তৰ দায়িত্ব জয় শিৱাণীক
বিশ্বনাথৰ আয়ুক্ত নেহা যাদৱক চৰাইদেউলৈ বদলি
শোণিতপুৰৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰক কামৰূপলৈ বদলি
অতিৰিক্ত সচিব গৌতম দাসক বদলি
বাক্সাৰ আয়ুক্তৰ দায়িত্ব গৌতম দাসক
যুটীয়া সচিব ৰাহুল চন্দ্ৰ পাঠকক মাজুলীলৈ বদলি
যোৰহাটৰ আয়ুক্ত পুলক মহন্তক গোলাঘাটলৈ বদলি
চৰাইদেউৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীক বদলি
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবৰ দায়িত্ব পাটোৱাৰীক
দৰঙৰ আয়ুক্ত মুনিন্দ্ৰ নাথ নাগটেক বিশ্বনাথলৈ বদলি
গোলাঘাট জিলা পৰিষদৰ CEO পৰাগ কুমাৰ কাকতিক বদলি
দৰঙৰ আয়ুক্তৰ দায়িত্ব পৰাগ কুমাৰ কাকতিক
ধেমাজিৰ আয়ুক্ত অংকুৰ ভৰালীক শোণিতপুৰলৈ বদলি
হোজাইৰ আয়ুক্ত লাচিত কুমাৰ দাসক লখিমপুৰলৈ বদলি
পল্লৱ মজুমদাৰক মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিবৰ দায়িত্ব
যুটীয়া সচিব পংকজ চক্ৰৱৰ্তীক তামুলপুৰলৈ বদলি

Category