বহু বিতৰ্কৰ মাজেৰে গৃহীত চৰ্চিত বিধেয়কখন
বিধেয়কখনক লৈ মুখ্যমন্ত্ৰীৰ সুদীৰ্ঘ ভাষণ
সদনত বিৰোধীক তুলাধূনা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ
বৰপেটা, বৰদোৱাত মাটি ক্ৰয়ত নতুন নীতি
সকলো স্তৰৰ লোকে ক্ৰয় কৰিব নোৱাৰিব ভূমি
সত্ৰৰ ৫ কিঃমিঃ ব্যৱধানত মাটি ক্ৰয়ত নতুন নীতি
মাটি ক্ৰয়ৰ বাবে অঞ্চলটোত বাস কৰিব লাগিব ৩টা প্ৰজন্ম
সদনত মুখ্যমন্ত্ৰীৰ আৱেগিক মন্তব্য
‘ই এটা লুপ্ত হ’ব খোজা জাতিৰ জীয়াই থকাৰ সংগ্ৰাম’
Category
- Log in to post comments