টকা-পইচা ঐশ্বৰ্যৰে ভৰি পৰিব জীৱন! ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত ৰাখক এই কেইটা সামগ্ৰী....

vastu tips

ধনী হ'বলৈ নো কাৰ ইচ্ছা নাযায়। নিজৰ এটা ঘৰ, এখন বিলাসী গাড়ী, টকা-পইচাৰে ৰজনজনাই থকা এটি জীৱন সকলোৱে বিচাৰে। কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে, গ্ৰহ নক্ষত্ৰবোৰৰ কুপ্ৰভাৱৰ বাবে আমাৰ জীৱনলৈ বহু বাধা-বিঘিনীৰ বাবে আমি সুফল নাপাওঁ। 

তথাপি বাস্তু শাস্ত্ৰৰ কিছুমান উপায় কৰিলে, গ্ৰহ নক্ষত্ৰৰ কুপ্ৰভাৱৰৰ পৰা অলপ সকাহ পাব পাৰি। গতিকে আজি জানো আহক - 

ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত কি কি বস্তু ৰাখিব লাগে? 

১. ইলাচি - জীৱনত ধন আকৰ্ষণ কৰিবলৈ ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত এটাকৈ ইলাচি ৰাখিব পাৰে।

২. ডালচেনি - সমৃদ্ধিৰ বাবে ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত এটুকুৰা ডালচেনি ৰাখিব পাৰে।

৩. জালুক - বিভিন্ন ধৰণৰ ঋণাত্মক প্ৰভাৱৰ দ্বাৰা সুৰক্ষা পাবলৈ ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত জালুক ৰাখিব পাৰে।

৪. হালধি - জীৱনত প্ৰেম, বিবাহ বা মৰম আকৰ্ষণ কৰিবলৈ ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত হালধি ৰাখিব পাৰে।

৫. জাইফল - বিত্তীয় বা টকা-পইচাৰ সমস্যাসমূহ দুৰ কৰিবলৈ ৰাতি শুৱাৰ সময়ত গাৰুৰ তলত জাইফল ৰাখিব পাৰে।

Category