দেশজুৰি ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপন.....

independence day

দেশজুৰি ৭৮সংখ্যক স্বাধীনতা দিৱস উদযাপন
দেশজুৰি স্বাধীনতা দিৱসৰ ব্যাপক উছাহ
চৌদিশে স্বাধীনতাৰ জয়গান, শ্বহীদক স্মৰণ
লালকিল্লাত পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰীয়ে
ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত লালকিল্লাৰ চৌহদ
এইবাৰৰ স্বাধীনতা দিৱসৰ থীম ‘বিকশিত ভাৰত-২০৪৭’
লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
একাদশবাৰৰ বাবে লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ
গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিব পতাকা
পেৰেডৰ বাবে সাজু আৰক্ষী, অৰ্ধসামৰিক বাহিনী, NCC
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা স্বাধীনতা দিৱস 

Category