দল এৰি যোৱা কৰ্মীৰ স্থান নাই কংগ্ৰেছত, গৌৰৱ গগৈ...

gogoi

দল এৰি যোৱা কৰ্মীৰ স্থান নাই কংগ্ৰেছত

কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাসকলৰ বাবে দুৱাৰ বন্ধ

বহুজনে এতিয়া আমাৰ দৰ্জা খটখটাবলৈ আৰম্ভ কৰিছে

চেষ্টাও নকৰিব আমাৰ দললৈ আহিবলৈ

য’তে আছে তাতে কুশলে থাকক : গৌৰৱ গগৈ

আকৌ আমি ক’ৰোনা ভাইৰাছ সুমুৱাই ল’বলৈ বিচৰা নাই

মৰাণত এই বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈৰ

Category