হোটেল লিলিত অনুষ্ঠিত কংগ্ৰেছৰ PACৰ বৈঠক, উপস্থিত APCCৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং........

hotel lily

গুৱাহাটীত অনুষ্ঠিত কংগ্ৰেছৰ PACৰ বৈঠক
হোটেল লিলিত অনুষ্ঠিত এই বৈঠক
উপস্থিত APCCৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং
উপস্থিত APCCৰ সভাপতি, নৱনিৰ্বাচিত সাংসদ
উপস্থিত কংগ্ৰেছৰ সকলো বিধায়ক
অনুশাসন কমিটীৰ সৈতেও হ’ব বৈঠক
ৰাজ্যত উপ নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য
‘৫ সমষ্টিত কংগ্ৰেছে অকলে খেলিব নিৰ্বাচন’ 
‘দলীয় কৰ্মীৰ উপদেশ মানি এই সিদ্ধান্ত’ 
’২৬ৰ নিৰ্বাচন সন্দৰ্ভত জিতেন্দ্ৰ সিঙৰ মন্তব্য
‘মিত্ৰতা সন্দৰ্ভত দলৰ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব’
বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু উপ নিৰ্বাচনকলৈও আলোচনাৰ সম্ভাৱনা

Category