নিবনুৱা সকললৈ সুখবৰ! তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ....

Himanta Biswa Sarma

ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
চৰকাৰৰ ৩য়-৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা
১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা
চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২০ আৰু ২৭ অক্টোবৰত 
অসম লোকসেৱা আৰ্হিত হ’ব পৰীক্ষা 
৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব আৰক্ষীৰ শাৰিৰীক পৰীক্ষা
গণিত বিষয়ৰ বাবে বিদ্যালয়ত দিয়া হ’ব সুকীয়া নিযুক্তি

Category