
আজি মহা অম্বুবাচী মহাযোগৰ অন্তিম তথা চতুৰ্থটো দিন
ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বক্ষ
নীলাচল পাহাৰত লক্ষাধিক ভক্তৰ সমাগম
নিশাৰ নীলাচলত তন্ত্ৰ-মন্ত্ৰৰ সাধনা
নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি
২৬ জুনত পুনৰ মুকলি হ’ব মন্দিৰৰ দুৱাৰ
নিবৃত্তিৰ পিছতে অনুষ্ঠিত হ’ব নিত্য পূজা
নীলাচল পাহাৰত নিৰাপত্তাৰ অভেদ্য বেহু
Category
- Log in to post comments