উৎকট গৰম! আগন্তুক তিনিদিনত অধিক গৰম হোৱাৰ সম্ভাৱনা....

high tempreture

উৎকট গৰমে দহিছে ৰাজ্য
আগন্তুক তিনিদিনত অধিক গৰম হোৱাৰ সম্ভাৱনা
মহানগৰীতো সৰ্বোচ্চ সীমা অতিক্ৰম কৰিছে তাপমাত্ৰাই
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সকীয়নি
আগন্তুক তিনিদিনলৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ
১০ দিনলৈ অপৰিৱৰ্তিত হৈ থাকিব বতৰৰ উষ্ণতা
দিল্লী, ৰাজস্থান, হাৰিয়ানাত ৫০ ডিগ্ৰী অতিক্ৰম পাৰাস্তম্ভ
প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহত ৰাজস্থানত ৮জন লোকৰ মৃত্যু
মধ্যপ্ৰদেশত ৪, হাৰিয়ানাত ২জন লোকৰ মৃত্যু
গৰমৰ বাবে ৰাজ্যৰ বহু স্থানত বন্ধ শিক্ষানুষ্ঠান
প্ৰচণ্ড গৰমত লোড শ্বেডিঙক লৈ অতিষ্ঠ ৰাইজ

Category