কোনে মাৰিব শেষ হাঁহি! খিতাপ দখলৰ যুঁজত নামিব KKR-SRH…

ipl

IPLৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ
দ্বিতীয় প্লে-অফ মেচত ৰাজস্থান ৰয়েলছক পৰাস্ত SRHৰ
৩৬ ৰানত ৰাজস্থান ৰয়েলছক পৰাস্ত পেট কামিন্স বাহিনীৰ
বেটে-বলে উভয়তে ব্যৰ্থ ৰাজস্থান ৰয়েলছৰ খেলুৱৈ
প্ৰথমে বেট ধৰি SRHৰ সংগ্ৰহ ১৭৫ ৰান
প্ৰত্যুত্তৰত ১৩৯ ৰানতে ইনিংছ সামৰিলে RRএ
কাইলৈ IPL-2024ৰ ফাইনেল মেচ
খিতাপ দখলৰ যুঁজত নামিব KKR-SRH

Category