সাৱধান! আপুনিও ব্য়ৱহাৰ কৰে নেকি ‘EVEREST MASALA’?.......

masala

সাৱধান! আপুনিও ব্য়ৱহাৰ কৰে নেকি ‘EVEREST MASALA’
যদি ব্যৱহাৰ কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে।

আপুনি প্ৰায়ে খাদ্যত ‘EVEREST’ মছলা ব্য়ৱহাৰ কৰে নেকি? যদিহে কৰে তেনেহলে আজিৰে পৰা সাৱধান! ‘EVERESTৰ FISH CURRY MASALAত’পোৱা গৈছে এবিধ বিষাক্ত দ্ৰব্য! যি আপোনাৰ স্বাস্থ্যৰ বাবে অত্যন্ত অপকাৰী।

masala

স্বাস্থ্যবিধি অনুসৰণ নকৰা ‘EVEREST MASALA’ উভতাই পঠালে ছিংগাপুৰে। ‘EVERESTৰ FISH CURRY MASALA’ত ইথেলিন অক্সাইড নামৰ কীটনাশকৰ সংমিশ্ৰন পোৱা গৈছে। ছিংগাপুৰ খাদ্য সংস্থা (Singapore Food Agency)ই প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে এই তথ্য। কিন্তু কি হ’ব ভাৰতত?

Category
Profile picture for user UB Photos