২০২৩ বৰ্ষৰ UPSCৰ ফলাফল ঘোষণা! অসমৰ ৫ গৰাকীৰ স্থান লাভ......

UPSC

২০২৩ বৰ্ষৰ UPSCৰ ফলাফল ঘোষণা
আদিত্য শ্ৰীবাস্তৱৰ শীৰ্ষস্থান দখল
তালিকাত অসমৰ ৫ গৰাকীৰ স্থান লাভ
১৭২ সংখ্যক স্থানত অভিজ্ঞান হাজৰিকা
২৩০ সংখ্যক স্থানত ৰিকি লহকৰ প্ৰধান
৩২০ সংখ্যক স্থানত তেজপুৰৰ ঈশ্বৰী ডেকা 
৫৫২ সংখ্যক স্থানত ভাস্বতা শইকীয়া
৯৯২ সংখ্যক স্থানত অসমৰ কল্লোল হাজৰিকা
১০১৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে পৰীক্ষাত

Category
Profile picture for user UB Photos