৩দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত আতিশী মাৰ্লেনা........

ATISHI MARLINA

৩দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত আতিশী মাৰ্লেনা
দিল্লী AAP চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা
AAPৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আতিশীয়ে
ডিব্ৰুগড় আৰু শোণিতপুৰৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ
দুলীয়াজানত ৰোড শ্ব’ত অংশ ল’ব আতিশী মাৰ্লেনাই
৪ বজাত ডিব্ৰুগড়ত সম্বোধন কৰিব সংবাদ মেল
মঙলবাৰে ১২ বজাত মাৰ্ঘেৰিটাত মটৰচাইকেল ৰেলী
১.৩০ বজাত নিৰ্বাচনী সভাত ল’ব অংশ
১০ এপ্ৰিলত তেজপুৰত নিৰ্বাচনী প্ৰচাৰ AAP নেত্ৰীগৰাকীৰ
বিয়লি ২.৩০ বজাত অংশ ল’ব নিৰ্বাচনী প্ৰচাৰ সভাত

Category
Profile picture for user UB Photos