
কাৰাবন্দী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি
কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতিক লৈ উদ্বিগ্ন AAP কৰ্মী
শেহতীয়াকৈ মধুমেহ ৰোগত অধিক আক্ৰান্ত কেজৰিৱাল
৭ এপ্ৰিলত সমূহীয়া উপবাস আৰু অনশন কাৰ্যসূচী AAPৰ
গণেশগুৰিত AAP অসমৰ সংবাদমেলযোগে ঘোষণা
বিজেপিৰ বিৰুদ্ধে আক্ৰোশমূলক স্থিতিৰ অভিযোগ
বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনবিধি ভংগৰো অভিযোগ
‘অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰিছে বিজেপিয়ে’
AAP অসমে অভিযোগ দাখিল কৰিব নিৰ্বাচন আয়োগক
Category
- Log in to post comments