আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল! ১৯ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন.......

Election

আজি প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল 
মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ
১৯ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে দাখিল কৰিব মনোনয়ন
শোণিতপুৰত ৰঞ্জিত দত্তই দাখিল কৰিব মনোনয়ন
লখিমপুৰত মনোনয়ন দাখিল কৰিব প্ৰদান বৰুৱাই

আজি মনোনয়ন দাখিল কৰিব ৰঞ্জিত দত্তই
মনোনয়ন দাখিলৰ পূৰ্বে দত্তক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
সোমবাৰে ৰঞ্জিত দত্তক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী
সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ভূপেন বৰাই ২০২৫ৰ জানুৱাৰীত যোগ দিব বিজেপিত

ভূপেন বৰাৰ বাবে সাজু আছে দুটা সমষ্টি
প্ৰেমলাল গুঞ্জু সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য
গুঞ্জু শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী
মই ক’লেই গুঞ্জু এতিয়াই আহিব বিজেপিলৈ : CM
ৰাহুল গান্ধীক পুনৰ মুখ্যমন্ত্ৰীৰ কটাক্ষ
ৰাহুল গান্ধীৰ ভৱিষ্যৎ অন্ধকাৰ আখ্যা CMৰ

আজি মনোনয়ন দাখিল কৰিব গৌৰৱ গগৈয়ে
যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ
ৰ’জলীনা তিৰ্কীয়েও দাখিল কৰিব মনোনয়ন
২৭ মাৰ্চত মনোনয়ন দাখিল কৰিব উদয় শংকৰ হাজৰিকাই
২৮ মাৰ্চত মনোনয়ন দাখিল কৰিব লুৰিণজ্যোতি গগৈয়ে
আটাইকেইগৰাকী প্ৰাৰ্থীক সংগ দিব সভাপতি ভূপেন বৰাই

উজনি অসমৰ পাঁচটা সংসদীয়  সমষ্টিৰ চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ সৈতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। 

Category
Profile picture for user UB Photos