আজি পুৱাই আদালতত হাজিৰ অৰবিন্দ কেজৰিৱাল! অৰবিন্দ কেজৰিৱাললৈ বৃহৎ সকাহ.......

arvind

অৰবিন্দ কেজৰিৱাললৈ বৃহৎ সকাহ
আদালতে মুখ্যমন্ত্ৰীগৰাকীক প্ৰদান কৰিলে জামিন
আদালতৰ পৰা যাবলৈ অনুমতি প্ৰদান মুখ্যমন্ত্ৰীগৰাকীক
১৫ হাজাৰ টকাৰ জামানতত জামিন প্ৰদান
ৰাউজ এবিনিউ আদালতত জামানত অৰবিন্দ কেজৰিৱালক
সুৰা কেলেংকাৰিৰ গোচৰত EDএ জাৰি কৰিছিল চমন
পূৰ্বে কেইবাবাৰো অগ্ৰাহ্য কৰিছিল EDৰ চমন
EDএ আদালতত ৰুজু কৰিছিল দুটাকৈ গোচৰ
আজি পুৱাই আদালতত হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী
আদালত চৌহদত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী

Category
Profile picture for user UB Photos