ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! ১৩ মাৰ্চত হ’ব জাগীৰোড প্ৰকল্পৰ শিলান্যাস........

assam cabinet

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সাংবাদিকক সম্বোধন
১৩ মাৰ্চত হ’ব জাগীৰোড প্ৰকল্পৰ শিলান্যাস
ভাৰ্চুৱেলী শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
প্ৰকল্পত বিনিয়োগ হ’ব ২৭ হাজাৰ কোটি টকা
কেবিনেটত অনুমোদন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প
কিৰণচেক সম্প্ৰদায়ৰ বাবে DEVELOPMENT COUNCIL গঠনত অনুমোদন
যোৰহাট টাউন পানী যোগান প্ৰকল্পৰ বাবে ৰাজ্যিক কেবিনেটৰ অনুমোদন
কৰিমগঞ্জ মেডিকেল কলেজৰ বাবে ৬৭৪.৮১ কোটি টকা 
ৰংঘৰ সৌন্দৰ্য প্ৰকল্পৰ বাবে  ১৩১.৭১ কোটি টকা
আমিনগাঁও মুকলি ষ্টেডিয়ামৰ বাবে ৩৮০.৬৬ কোটি টকা
১ লাখ ১২ হাজাৰ ২০৬ ঘৰত নতুন বিদ্যুৎ সংযোগৰ সিদ্ধান্ত

Category
Profile picture for user UB Photos