ব’হাগ বিহুৰ পূৰ্বেই অসমত ভোটগ্ৰহণৰ সম্ভাৱনা! লোকসভা নিৰ্বাচনক লৈ আয়োগৰ পৰ্যালোচনা বৈঠক.......

Election

ব’হাগ বিহুৰ পূৰ্বেই অসমত ভোটগ্ৰহণৰ সম্ভাৱনা!
গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল
লোকসভা নিৰ্বাচনক লৈ আয়োগৰ পৰ্যালোচনা বৈঠক
হোটেল ৰেডিচন ব্লুত নিৰ্বাচন আয়োগৰ দল
মুখ্য সচিব, DGPৰে বৈঠক আয়োগৰ
আয়োগৰ বৈঠক জিয়া আয়ুক্ত আৰু SPৰে
বিহুৰ পূৰ্বেই ভোটগ্ৰহণ বিচাৰে ৰাজ্য চৰকাৰে
ইতিপূৰ্বে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
মাৰ্চৰ দ্বিতীয় সপ্তাহৰ শেষত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

Category
Profile picture for user UB Photos