মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱৰ ব্যাপক প্ৰস্তুতি! তিনিদিনীয়া মহোৎসৱৰ লাইখুঁটা স্থাপন........

tiwa

মৰিগাঁৱত তিৱা সাংস্কৃতিক মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
তিনিদিনীয়া মহোৎসৱৰ লাইখুঁটা স্থাপন
ধৰ্মীয় পূজা-অৰ্চনাৰে লাইখুঁটা স্থাপন অনুষ্ঠান
২৯ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য অনুষ্ঠান

লাইখুটা স্থাপন অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰকে প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্টৰ লগতে জনগোষ্ঠীটোৰ প্ৰতিটো সংগঠনৰ বিষয়ববীয়া তথা সদস্য/সদস্যা সকল উপস্থিত থাকে। 

Category
Profile picture for user UB Photos