আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ ঘটনা! অসম আৰক্ষীৰ এজন বিষয়াক ‘গ্ৰেপ্তাৰ’ আলফাৰ.......

ULFA

আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ ঘটনা
ম্যানমাৰ শিবিৰৰ পৰা আহিছে চাঞ্চল্যকৰ খবৰ
অসম আৰক্ষীৰ এজন বিষয়াক ‘গ্ৰেপ্তাৰ’ আলফাৰ
বিষয়াজন বিশেষ শাখাৰ উপ-পৰিদৰ্শক
উপ-পৰিদৰ্শক মানস বুঢ়াগোহাঁই আলফাৰ জিম্মাত
গোলাঘাটত ঘৰ মানস বুঢ়াগোহাঁইৰ
কৌশলেৰে আলফাত যোগ দিছিল আৰক্ষী বিষয়াজনে
চোৰাংচোৱাৰ ৰূপত আলফাৰ শিবিৰত আছিল বিষয়াজন
প্ৰকৃত পৰিচয় লাভ কৰি ‘গ্ৰেপ্তাৰ’ আলফাৰ
আলফাৰ শিবিৰৰ পৰা বিষয়াজনৰ ভিডিঅ’ বাৰ্তা
ভিডিঅ’ বাৰ্তাত বিষয়াজনে প্ৰকাশ কৰিছে বহু চাঞ্চল্যকৰ তথ্য
পৰেশ বৰুৱালৈ কাতৰ আহ্বান মানসৰ পিতৃ-মাতৃৰ
‘ল’ৰাটোক মৃত্যুদণ্ড নিদিব’

Category