মণিপুৰৰ ম’ৰেত সংঘৰ্ষময় পৰিস্থিতি, আৰক্ষী-কামাণ্ডোৰ ওপৰত আক্ৰমণ কুকি উগ্ৰপন্থীৰ...........

manipur

মণিপুৰৰ ম’ৰেত সংঘৰ্ষময় পৰিস্থিতি
আৰক্ষী-কামাণ্ডোৰ ওপৰত আক্ৰমণ কুকি উগ্ৰপন্থীৰ
ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ কামাণ্ডোকো আক্ৰমণ
এজন IRB কামাণ্ডো নিহত হোৱাৰ বাতৰি
ডব্লিউ সমৰজিত নামৰ কামাণ্ডো নিহত
সংঘৰ্ষস্থলীলৈ আছাম ৰাইফলছক যোৱাত বাধা
কুকি উগ্ৰপন্থীয়ে বাধা দিছে আছাম ৰাইফলছক

Category